Download our app

HOW TO CREAT A PayPal ACCOUNT FOR FREE (PayPal কি আৰু PayPal account কেনেকৈ বনাব পাৰি)


HOW TO CREAT A PayPal ACCOUNT FOR FREE (PayPal কি আৰু PayPal account কেনেকৈ বনাব পাৰি)

PayPal কি?

PayPal হ'ল এটা website যাৰ সহায়ত টকা পইছাৰ online লেনদেন কৰিব পাৰি। PayPal বহু পূৰণি আৰু বিশ্বাসযোগ্য service। বহুতো ডাঙৰ ডাঙৰ Advertising কোম্পেনীয়ে টকা পইচা ৰ লেনদেনৰ বাবে Paypal ব্যৱহাৰ কৰে। PayPal ৰ সুবিধা এয়েই যে ইয়াৰ সহায়ত বিদেশী মুদ্ৰা ও গ্ৰহণ কৰিব পাৰি। আৰু PayPal ৰ দ্বাৰা গ্ৰহণ কৰা টকা direct আপোনাৰ Bank Account ত সোমাই যাব। যাৰ বাবে কোনো ধৰণৰ extra charge দিব নালাগে। 

PayPal ৰ সুবিধা সমূহ :

১।। Paypal ত আপোনাৰ credit card ৰ data নিদিয়াকৈ online যোগে টকা পইচা ৰ লেনদেন কৰিব পাৰি।

২।। PayPal ৰ দ্বাৰা debit card ৰে অন্য PayPal user লৈ টকা পঠিয়াব পাৰি।

৩।। PayPal ৰ সহায়ত advertising payment বা আপোনাৰ কোনো client ৰ পৰা টকা গ্ৰহণ কৰিব পাৰে।

৪।। PayPal ত টকা পইচা ৰ লেনদেনৰ বাবে কোনো ধৰণৰ online service charge দিব নালাগে। কিন্তু বহুতো online money transfer service য়ে বহুত বহুত charge লয়। PayPal ত service charge দিব নালাগে।

৫।। যদিহে আপুনি online Blog বা online earning ৰ বাবে কাম কৰিব বিচাৰে আপোনাৰ এটা paypal account থকাটো উচিত।

Steps to create a free PayPal account :

১।। প্ৰথমে এটা Browser open কৰক। এতিয়া paypal.com site টো খোলক আৰু sign up ত click কৰক।

২।। Next Page ত আপোনাক “Personal and business account“ ৰ এটা select কৰিব দিব। আপুনি personal account select কৰিব। ইয়াক পিছলৈ PayPal ৰ dashboard ত change ও কৰিব পাৰিব।


৩।। Next Page ত এখন ফৰ্ম আহিব। তাত আপোনাৰ Name, PAN details, email, phone number আদি দিয়াৰ পাছত আপোনাৰ Paypal account create হৈ যাব। 


PayPal account খোলাৰ সময়ত নাম আপোনাৰ PAN card ত যেনেকৈ আছে তেনেকৈ দিব লাগিব। 

PayPal ত দিয়া email ত এটা mail যাব। আৰু সেই mail ত গৈ email confirm কৰাৰ পাছত এতিয়া Paypal ৰ সহায়ত আপুনি টকা পঠাব পাৰিব। কিন্তু টকা receive কৰিব ৰ বাবে আপোনাৰ Bank details link কৰিব লাগিব। 

PayPal ত Bank account কেনেকৈ link কৰিব? 

PayPal ত Bank account link দুটা step ত হয়। আৰু ইয়াৰ বাবে 48-72 ঘন্টাৰ প্ৰয়োজন হ'ব পাৰে। 

Steps to link Bank account to your PayPal account :

১।। Bank account লিংক কৰিবৰ বাবে Add Bank account ত ক্লিক কৰক। 
 Next Page ত Bank account number, Bank IFSC code, আপোনাৰ নাম দি submit কৰক। 

২।। আপোনাৰ Bank details দিয়াৰ পিছত account verify কৰিবলৈ 48 ঘন্টা ৰ ভিতৰত Paypal ৰ পৰা Bank account ত ২টা small deposit পঠাব ( e.g. ₹1.11+₹1.11)। Bank t টকা পোৱাৰ পিছত Paypal.com ত log in কৰক আৰু verify ত ক্লিক কৰক আৰু Bank পোৱা টকাৰ পৰিমাণ enter কৰি confirm কৰক।


আশাকৰো এই post ৰ দ্বাৰা আপোনাৰ সহায় হব। আৰু আপুনি ও এটা paypal account খুলিব পাৰিলে। তেন্তে এই post টো facebook ত share কৰক আৰু PayPal সম্বন্ধীয় সমস্যাৰ বাবে comment কৰক। ধন্যবাদ।। 

Post a Comment